Breaking News

LGB Regional Institute of Mental Health Recruitment | লোকপ্রিয় গোপীনাথ বৰদলৈ মানসিক স্বাস্থ্য প্রতিষ্ঠানত ৩২ পদ

LGB Regional Institute of Mental Health Recruitment | লোকপ্রিয় গোপীনাথ বৰদলৈ মানসিক স্বাস্থ্য প্রতিষ্ঠানত ৩২ পদ

তেজপুৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্রতিষ্ঠান(LGB Regional Institute of Mental Health)ত খালী হৈছে ভিন্ন বর্গৰ ৩২ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি LGB Regional Institute of Mental Health ৰ Director-এ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ 

LGB Regional Institute of Mental Health Recruitment

LGB Regional Institute of Mental Health Recruitment details:

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে–

Nursing Tutor (5), 

Staff Nurse (10), 

Clinical Psychologist (1), 

Stenographer Grade-II (1), 

Radiographer (1), 

Medical Record Technician (1),

 Receptionist (2), 

LDC (8), 

Ward Sister (3)৷

শিক্ষাগত অৰ্হতা | Educational Qualification for LGB Regional Institute of Mental Health Recruitment:

Nursing Tutor পদৰ প্রার্থী স্বীকৃতিপ্রাপ্তUniversity/Institutionৰ পৰাPsychiatric Nursing বিষয়ত গড়ে ৫৫ শতাংশ নম্বৰেৰে স্নাতকোত্তৰ হোৱাৰ লগতেCentral/State Nursing CouncilতNurse & Midwife হিচাপে নাম পঞ্জীয়নভুক্ত হোৱা হ’ব লাগিব৷ বয়স সর্বোচ্চ ৩৫ বছৰ৷Staff Nurse পদৰ প্রার্থীHSSLC উত্তীর্ণ হোৱা আৰুRegistered Nurse (GNM/B.Sc. Nursing) হোৱাৰ লগতেINC/State Nursing Councilত নাম পঞ্জীয়নভুক্ত হোৱা হ’ব লাগিব৷ 

বয়স সর্বোচ্চ ৩৫ বছৰ৷


Clinical Psychologist পদৰ প্রার্থী স্বীকৃতিপ্রাপ্তUniversity/Institutionৰ পৰা সংশ্লিষ্ট বিষয়ত গড়ে ৫৫ শতাংশ নম্বৰেৰে স্নাতকোত্তৰ আৰু স্বীকৃতিপ্রাপ্তUniversity/Institutionৰ পৰা সংশ্লিষ্ট বিষয়তM.Phil উত্তীর্ণ হোৱাৰ লগতেGeneral Hospital/Teaching InstituteৰMental Hospital/Child Guidance Clinic/Psychiatric DepartmentতTeaching আৰুResearchৰ দুবছৰীয়া অভিজ্ঞতা থকা হ’ব লাগিব৷ 

বয়স সর্বোচ্চ ৩৫ বছৰ৷


Stenographer Grade II পদৰ প্রার্থী স্বীকৃতিপ্রাপ্তUniversityৰ পৰা দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতে প্রতি মিনিটত ৮০টা শব্দ টাইপিং কৰিব পৰা হ’ব লাগিব৷ ইংৰাজী ভাষাত ৫০টা শব্দ আৰু হিন্দী ভাষাত ৬৫টা শব্দ কম্পিউটাৰত টাইপিং কৰিব পৰা হ’ব লাগিব৷ 

বয়স সর্বোচ্চ ২৭ বছৰ৷


Radiographer পদৰ প্রার্থী স্বীকৃতিপ্রাপ্তUniversity/Boardৰ পৰা দশম শ্রেণী অথবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত উত্তীর্ণ হোৱাৰ লগতে স্বীকৃতিপ্রাপ্তInstituteৰ পৰাRadiographic Technique বিষয়ত দুবছৰীয়া ডিপ্ল’মাধাৰী হোৱা হ’ব লাগিব৷ 

বয়স সর্বোচ্চ ৩০ বছৰ৷

Medical Record Technician পদৰ প্রার্থী দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতেMedical Record Technicianৰ ছমহীয়া প্রশিক্ষণপ্রাপ্ত আৰু কম্পিউটাৰৰ জ্ঞান থকা হ’ব লাগিব৷ 

বয়স সর্বোচ্চ ৩০ বছৰ৷


Receptionist পদৰ প্রার্থী স্বীকৃতিপ্রাপ্তUniversity/Boardৰ পৰা দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতেCentral Government Health Serviceৰ অধীনত পৰিচালিতGovernment/Semi Government Institute/HospitalতReceptionist হিচাপে কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ 

বয়স সর্বোচ্চ ২৫ বছৰ৷


LDC পদৰ প্রার্থী স্বীকৃতিপ্রাপ্তUniversity/Board ৰ পৰা দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতে প্রতি মিনিটত ইংৰাজী ভাষাত ৩০টা শব্দ আৰু হিন্দী ভাষাত ২৫টা শব্দ টাইপিং কৰিব পৰা হ’ব লাগিব৷ 

বয়স সর্বোচ্চ ৩০ বছৰ৷


Ward Sister পদৰ প্রার্থীHSSLC উত্তীর্ণ হোৱা আৰুRegistered Nurse (GNM/B.Sc. Nursing) হোৱাৰ লগতেINC/State Nursing Councilত নাম পঞ্জীয়নভুক্ত হোৱা হ’ব লাগিব৷ 

বয়স সর্বোচ্চ ৩৫ বছৰ৷ 

আবেদনকাৰীৰ ১০০খন বিছনাযুক্ত চৰকাৰী হাস্পতালত ষ্টাফ নার্ছ হিচাপে পাঁচ বছৰীয়া কর্ম অভিজ্ঞতা থকাটো বাঞ্ছনীয়৷ 

আবেদন মাচুল | Apply Fees:

আবেদন মাচুল হিচাপে ১০০ টকাLGBRIMHৰ সঞ্চালকৰ হাতত পৰিশোধ কৰিব লাগিব৷ 

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈLGBRIMH, Tezpurৰ ৱেবছাইট www.lgbrimh.gov.in লগ–ইন কৰিব পাৰে৷ যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ নির্ধাৰিত প্র–পত্র পূৰ কৰি প্রস্তুত কৰা আবেদনTo, The Administrative Officer, LGBRIMH, Tezpur-784001 (Assam) ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ 

Last Date Of Application | আবেদন দাখিলৰ অন্তিম তাৰিখ

আবেদন দাখিলৰ অন্তিম তাৰিখ ১০ জানুৱাৰী, ২০২২৷

আবেদন পত্র প্রেৰণৰ ঠিকনা:

To, 
The Administrative Officer, 
LGBRIMH, Tezpur-784001 (Assam)


Important Website:

Advertisement Link: Click Here

Official Website: www.lgbrimh.gov.in

 

Post a Comment

0 Comments