Breaking News

Director of AYUSH Recruitment | আয়ুস সঞ্চালকালয়ৰ ১৩ পদত চাকৰিৰ বিজ্ঞাপন

Director of AYUSH Recruitment | আয়ুস সঞ্চালকালয়ৰ ১৩ পদত চাকৰিৰ বিজ্ঞাপন

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত পৰিচালিত আয়ুস সঞ্চালকালয়(Director of AYUSH, Assam)ৰ অধীনত অচিৰেই ৰাজ্যৰ ভিন্ন প্রান্তত থকাAyurvedic আৰুHomeopathic CollegeসমূহতGrade-III (Technical আৰ Non-Technical)ৰ ১৩ পদ পূৰণ কৰা হ’ব৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় সঞ্চালকে এক নিয়োগ বিজ্ঞাপন অসম চৰকাৰৰ জনসংযোগ বিভাগৰ জৰিয়তে সংবাদ পত্রত প্রকাশ কৰিছে৷ 

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Grade-III (Technical আৰু Non-Technical)ৰ ১৩ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে 

Office Supervising Asstt. (1), 

Computer Operator (1), 

Typist cum Computer Operator (1), 

Rasashala Assistant (1), 

Plant Collector (1), 

LDA (3), 

LDA cum Typist (1), 

LDA cum Store Keeper (1), 

Store Clerk (1), 

Accountant (1), 

Librarian (1)৷ 

মুঠ পদ ১৩টাৰ ভিতৰত অসংৰক্ষিত ১২টাৰ বিপৰীতে ১টা পদ অ’বিচি/এম’বিচি প্রার্থীৰ বাবে সংৰক্ষিত থাকিব৷ 

বয়স ১৮–৪০ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া 

শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স শ্রেণীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.ayush.assam.gov.in ভিজিট কৰিব পাৰে৷ 

অনলাইনযোগে আবেদন দাখিলৰ আৰম্ভণি আৰু অন্তিম তাৰিখ বর্তমানলৈকে ঘোষণা কৰা হোৱা নাই৷ আগ্রহীসকলে বিভাগীয় ৱেবছাইট নিয়মীয়াকৈ চাই থাকিব৷

Post a Comment

0 Comments